Tea Research Association (TRA) – বিশ্বৰ আটাইতকৈ পুৰণি আৰু ডাঙৰ চাহ গৱেষণা প্ৰতিষ্ঠানটোৱে Food Analyst পদৰ বাবে যোগ্য আৰু উদ্যমী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। এই পদটো টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান, যোৰহাট-ত অৱস্থিত।
Food Safety আৰু Quality Control ফিল্ডত আগ্ৰহী প্ৰাৰ্থীৰ বাবে এইটো হৈছে এটা উৎকৃষ্ট সুযোগ।
Toklai চাহ গৱেষণা: চাকৰিৰ সংক্ষিপ্ত বিবৰণ (Job Overview)
বিষয় | বিৱৰণ |
---|---|
সংস্থা | Tea Research Association (TRA) |
প্ৰতিষ্ঠান | Tocklai Tea Research Institute, Jorhat, Assam |
পদৰ নাম | Food Analyst |
বিজ্ঞাপন নং | 3622/TOK/G.25/242 |
বিজ্ঞাপন তাৰিখ | ২৩ জুন ২০২৫ |
আবেদন শেষ তাৰিখ | ২২ জুলাই ২০২৫ |
নিযুক্তিৰ স্থান | Tocklai Tea Research Institute, Cinnamara, Jorhat-785008, Assam |
পদৰ সংখ্যা | ১ (সংৰক্ষণৰ উল্লেখ নাই) |
বয়সৰ সীমা | সৰ্বাধিক ৩৫ বছৰ (Highly experienced প্ৰাৰ্থীৰ বাবে ৫ বছৰ ৰেহাই) |
বেতন | Pay Band: ₹9300-34800, Pay Level – 7 (TRA Rules অনুসৰি DA, HRA, TA সহ) |
আবেদন পদ্ধতি | Only Offline (Hard Copy) in prescribed format |
আবেদন মাচুল | ₹2000/- (Demand Draft মাধ্যমে, Tea Research Association, Jorhat ৰ বাবে) |
মাচুল ৰেহাই | কোনো Fee Exemption নিৰ্দিষ্ট কৰা হোৱা নাই |
Official Website | www.tocklai.org |
Educational Qualification (অৰ্হতা)
Essential:
- M.Sc. in Chemistry / Biochemistry / Analytical Chemistry / Chemical Science
অথবা - B.Tech/M.Tech in Food Technology / Food Science
Mandatory:
- FSSAI Authorized Food Analyst Certificate
Desirable Qualification/Experience:
- ISO 17025:2017 Training (4 দিন)।
- 2 বছৰ NABL Accredited Food Lab-ত কাম কৰাৰ অভিজ্ঞতা।
- Analytical field আৰু trace analysis (pesticide residues, heavy metals, contaminants) ৰ ক্ষেত্ৰত কাম কৰা অভিজ্ঞতা।
- Sophisticated Instruments handle কৰাৰ দক্ষতা।
Job Description
এই পদত নিযুক্ত ব্যক্তি এনেকুৱা কামত সম্পৃক্ত থাকিব:
- Regulatory testing of commercial food samples
- Research Projects ত কাম কৰা।
- Test & project reports প্ৰস্তুত কৰা।
- NABL accredited laboratory-ৰ Quality Management System-ত অংশ গ্ৰহণ কৰা।
আৰু চাকৰিৰ খবৰ চাবলৈ ক্লিক কৰক👉 CSIR-NEIST Jorhatত Scientist পদৰ বাবে নিযুক্তি
Toklai চাহ গৱেষণা প্ৰতিষ্ঠানত কেনেকৈ আবেদন কৰিব?
- Apply Offline Only: Prescribed formatটো www.tocklai.org-ৰ পৰা Download কৰক।
- Attach Documents: Self-attested certificates (educational, experience, FSSAI certificate, etc.) দিব লাগিব।
- Demand Draft: ₹2000/- DD টি Tea Research Association-ৰ নামে Jorhat ত payable হব লাগিব।
- Photograph: Recent passport size color photo attach কৰক।
- Application Path:
To:
Director,
Tea Research Association,
Tocklai Tea Research Institute,
Cinnamara, Jorhat-785008, Assam - Envelope Super-scribe কৰক: “Application for the post of Food Analyst”
- Last Date: ২২ জুলাই ২০২৫ৰ ভিতৰত Hard Copy পৌঁছাব লাগিব।
গুৰুত্বপূৰ্ণ টোকা
- Govt. Employee-ৰ ক্ষেত্ৰত NOC (No Objection Certificate) বাধ্যতামূলক।
- TA/DA দিব নালাগে Interviewৰ বাবে।
- Incomplete বা late আবেদন গ্ৰহণ কৰা নহ’ব।
- Direct or indirect canvassing থাকিলে candidature বাতিল হব।
গুৰুত্বপূর্ণ লিংকসমূহ (Important Links)
- বিজ্ঞপ্তিৰ PDF ডাউনলোড কৰক: Click Here
- Official Website: Click Here
উপসংহাৰ
যদি আপোনাৰ Food Chemistry/Food Technology/Analysis ফিল্ডত প্ৰয়োজনীয় অৰ্হতা, অভিজ্ঞতা আৰু FSSAI Food Analyst Certificate আছে, তেন্তে এইটো NABL accredited research lab-ত কাম কৰাৰ এটা দীৰ্ঘকালীন সুযোগ।
প্ৰস্তাৱিত কিতাপসমূহ (Recommended Books – Food Analyst Preparation)
1. Food Laws & Standards (খাদ্য বিধি আৰু মানদণ্ড):
- Bansal
- Nielsen
এই কিতাপসমূহত FSSAI ৰ Food Laws, Labelling Standards, Hygiene Norms, এবং Consumer Safety Guidelines বিষয়ে বিস্তৃত বিৱৰণ পোৱা যায়।
2. Food Analysis (Instrumental Techniques – খাদ্যৰ যান্ত্ৰিক বিশ্লেষণ):
- Douglas A. Skoog – Principles of Instrumental Analysis
- Daniel C. Harris – Quantitative Chemical Analysis
এই কিতাপসমূহ GC-MS, HPLC, UV-Vis, AAS, Spectrophotometry, Chromatography আদিৰ ওপৰত কেন্দ্ৰিত।
3. Food Chemistry & Microbiology (খাদ্য ৰসায়ন আৰু অণুজীৱ বিজ্ঞান):
- Grosch & Schieberle – খাদ্যৰ গঠন, পুষ্টিগুণ আৰু ৰাসায়নিক বিক্ৰিয়াৰ ওপৰত আধাৰিত।
- Michael Doyle et al. – খাদ্য-সম্পৰ্কীয় অণুজীৱ বিজ্ঞান, contamination, preservation, pathogen control আদিৰ ওপৰত কেন্দ্ৰিত।