SSC CHSL নিযুক্তি ২০২৫: ১০+২ উত্তীর্ণসকলৰ বাবে সুবর্ণ সুযোগ!

SSC CHSL নিযুক্তি ২০২৫: ১০+২ উত্তীর্ণসকলৰ বাবে সুবর্ণ সুযোগ!

কমিচাৰী নিৰ্বাচন আয়োগ (SSC) ৰ দ্বাৰা চূড়ান্তভাৱে ৩১৩১ টা পদৰ বাবে CHSL (10+2) Level Examination 2025 ঘোষণা কৰা হৈছে। অসমৰ পৰা আবেদন আগবঢ়াব পৰা যায় আৰু পৰীক্ষা কেন্দ্ৰো অসমৰ বিভিন্ন ঠাইত উপলব্ধ।

এই পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক ভাৰত চৰকাৰৰ বিভিন্ন বিভাগ, সংবিধানিক সংস্থা আৰু ট্ৰাইবুনালসমূহত নিযুক্তি দিয়া হ’ব।

SSC CHSL নিযুক্তি ২০২৫

  • প্ৰতিষ্ঠানৰ নাম: Staff Selection Commission (SSC)
  • পৰীক্ষাৰ নাম: Combined Higher Secondary Level (CHSL) Examination 2025
  • মুঠ খালী পদ: প্ৰায় ৩,১৩১ টা (চূড়ান্ত সংখ্যা পাছত জাননী কৰা হ’ব)
  • পদসমূহ:
    • Lower Division Clerk (LDC)
    • Junior Secretariat Assistant (JSA)
    • Data Entry Operator (DEO)
    • Data Entry Operator, Grade ‘A’
  • আবেদন পদ্ধতি: অনলাইন (https://ssc.gov.in)
  • Tier-I পৰীক্ষা: ৮ – ১৮ ছেপ্টেম্বৰ ২০২৫
  • Tier-II পৰীক্ষা: ফেব্ৰুৱাৰী – মাৰ্চ ২০২৬
  • পৰীক্ষা কেন্দ্ৰ (অসম): গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিলচৰ, তেজপুৰ
  • আবেদন মাচুল
    • UR/OBC/EWS: ₹১০০/-
    • SC/ST/PwBD/Women/Ex-Servicemen: মাচুল নিখিল
    • জমা দিবৰ শেষ তাৰিখ: ১৯ জুলাই ২০২৫ (ৰাতি ১১ বজা)

পদসমূহ (Posts Available)

  • Lower Division Clerk (LDC) / Junior Secretariat Assistant (JSA)
    • পে-স্কেল: ₹19,900 – ₹63,200
  • Data Entry Operator (DEO)
    • পে-স্কেল: ₹25,500 – ₹81,100
    • DEO Grade ‘A’ (বিশেষ বিভাগসমূহত): ₹29,200 – ₹92,300

SSC CHSL শিক্ষাগত অৰ্হতা (As on 01-01-2026)

  • LDC/JSA/DEO: যিকোনো স্বীকৃত বোর্ডৰ পৰা ১২শ শ্ৰেণী উত্তীৰ্ণ
  • DEO (Grade A – বিশেষ বিভাগ): Science Stream আৰু Mathematics ৰ সৈতে ১২শ উত্তীৰ্ণ।

SSC CHSL বয়সৰ সীমা (As on 01-01-2026)

  • নূন্যতম বয়স: ১৮ বছৰ
  • সৰ্বোচ্চ বয়স: ২৭ বছৰ

বয়সৰ ছাৰ:

  • SC/ST: ৫ বছৰ
  • OBC: ৩ বছৰ
  • PwBD: ১০-১৫ বছৰ (UR/OBC/SC/ST অনুযায়ী)
  • Ex-Servicemen: সেনা সেৱাৰ কাল অনুসৰি ছাৰ

পৰীক্ষাৰ ধৰণ (Exam Pattern)

Tier-I (CBT) – ৬০ মিনিট

বিষয়েপ্ৰশ্ননম্বৰ
English Language২৫৫০
General Intelligence২৫৫০
Quantitative Aptitude২৫৫০
General Awareness২৫৫০
Total: ১০০ প্ৰশ্ন – ২০০ নম্বৰ
  • Negative Marking: ০.৫০ নম্বৰ

Tier-II (CBT)

এই পৰীক্ষাত ৪টা Section থাকিব:

  1. Section-I:
    • Mathematical Abilities
    • Reasoning & General Intelligence
  2. Section-II:
    • English Language & Comprehension
    • General Awareness
  3. Section-III:
    • Computer Knowledge Module (Qualifying)
    • Typing/Skill Test (Qualifying)

Tier-II ত সকলো Section ত উত্তীর্ণ হ’ব লাগিব। Section-I আৰু Section-II ৰ একেলগে প্ৰাপ্ত নম্বৰ অনুসাৰেই merit list প্ৰস্তুত হ’ব

SSC CHSL পৰীক্ষাৰ উত্তৰ-পূৰ্বাঞ্চল (NER) ৰ পৰীক্ষা কেন্দ্ৰসমূহ

তলত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত থকা SSC CHSL 2025 ৰ পৰীক্ষা কেন্দ্ৰসমূহৰ তালিকা দিয়া হৈছে:

  • ইটানগৰ (Itanagar) – 5001
  • ডিব্ৰুগড় (Dibrugarh) – 5102
  • গুৱাহাটী (Dispur) – 5105
  • যোৰহাট (Jorhat) – 5107
  • শিলচৰ (Silchar) – 5111
  • ডিমাপুৰ (Dimapur) – 5301
  • কোহিমা (Kohima) – 5302
  • শ্বিলঙ (Shillong) – 5401
  • ইম্ফল (Imphal) – 5501
  • চুৰাচাঁদপুৰ (Churachandpur) – 5502
  • উখৰুল (Ukhrul) – 5503
  • আগৰতলা (Agartala) – 5601
  • আইজল (Aizawl) – 5701

SSC CHSL নিৰ্বাচনী প্ৰক্ৰিয়া

  • Tier-I ৰ ফলাফল অনুসৰি Tier-II ত প্ৰৱেশ
  • Tier-II ৰ Section I + II ত উত্তীৰ্ণ হ’ব লাগিব
  • Section III (Computer) আৰু Section IV (Typing/Skill) – Qualifying nature
  • চূড়ান্ত মেধা তালিকা Section I আৰু II ৰ নম্বৰৰ ভিত্তিত প্ৰস্তুত কৰা হ’ব

আৰু চাকৰিৰ খবৰ চাবলৈ ক্লিক কৰক👉 Assam Financial Corporation-ত ৬ টা পদ খালী

SSC CHSL কেনেদৰে আবেদন কৰিব?

SSC CHSL 2025 ৰ বাবে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অনলাইনত অনুষ্ঠিত হ’ব। আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে SSC ৰ নতুন ৱেবছাইট https://ssc.gov.in ত গ’লে হ’ব।

Steps:

1. One-Time Registration (OTR):

  • প্ৰথমবাৰৰ বাবে আবেদন কৰিব লগা প্ৰাৰ্থীয়ে OTR (এটা পৰিষ্কাৰ ব্যক্তিগত প্ৰোফাইল) তৈয়াৰ কৰিব লাগিব।
  • ইয়াৰ বাবে আপোনাৰ নাম, জন্ম তাৰিখ, শিক্ষাগত অৰ্হতা, ম’বাইল নম্বৰ, ইমেইল আদি তথ্য প্ৰৱিষ্ট কৰিব লাগিব।
  • ফটো আৰু স্বাক্ষৰ Upload কৰোতে, ফটো live webcam-ৰে উঠাব লাগিব; আগত ৰখা ফটো গ্ৰহণ কৰা নহ’ব।

2. Login কৰি আবেদন কৰা:

  • পঞ্জীয়নৰ পাছত লগইন কৰক আৰু CHSL 2025 ৰ Online Application Form খুলক।
  • ফৰ্মত সকলো তথ্য ভৰ্তি কৰক (Address, Category, Qualification আদি)।
  • Post Preference Code ঠিকভাৱে বাছনি কৰক।

3. নথিপত্ৰ Upload কৰক:

  • ফটো, স্বাক্ষৰ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ Upload কৰক।
  • ফাইল ফৰ্মেট আৰু মাত্ৰা SSC ৰ নিৰ্দেশ অনুসৰি দিব লাগিব।

4. আবেদন মাচুল জমা দিন:

  • অনলাইন Net Banking, Debit/Credit Card বা UPI ৰ জৰিয়তে ₹১০০ জমা কৰক (যদি প্রযোজ্য হয়)।
  • SC/ST, PwBD, মহিলা আৰু Ex-servicemen প্ৰাৰ্থীসকলৰ বাবে আবেদন মাচুল ছাৰ দিয়া হৈছে

5. Final Submit কৰক:

  • পূৰ্ণ তথ্য পৰীক্ষা কৰি Final Submit ক্লিক কৰক।
  • তাৰ পাছত আবেদন ফৰ্মটোৰ প্ৰিন্ট আউট লৈ সংৰক্ষণ কৰি ৰাখক।

গুৰুত্বপূর্ণ টিপছ:

  • কোনো ভুল থাকিলে ২৩-২৪ জুলাই ২০২৫ তাৰিখৰ ভিতৰত Correction Window খুলি সংশোধন কৰিব পাৰিব।
  • সময়ত আবেদন নকৰিলে system ত আবেদন বন্ধ হৈ যাব, সেয়া লক্ষ্য ৰাখিব।

SSC CHSL গুৰুত্বপূর্ণ তাৰিখসমূহ (Important Dates)

কাৰ্যতাৰিখ
আবেদন আৰম্ভ২৩ জুন ২০২৫
আবেদন শেষ১৮ জুলাই ২০২৫ (১১:০০ PM)
ফী জমা শেষ১৯ জুলাই ২০২৫ (১১:০০ PM)
ফৰ্ম সংশোধন২৩ – ২৪ জুলাই ২০২৫
Tier-I পৰীক্ষা৮ – ১৮ ছেপ্টেম্বৰ ২০২৫
Tier-II পৰীক্ষাফেব্ৰুৱাৰী – মাৰ্চ ২০২৬

SSC CHSL গুৰুত্বপূর্ণ লিংকসমূহ (Important Links)

Share with your Friends & Family