SBI ৰ PO পদত নিয়োগ 2025 – 541 Vacancy Online Apply কৰক

SBI ৰ PO পদত নিয়োগ 2025 – 541 Vacancy Online Apply কৰক

SBI ৰ PO পদত নিয়োগ 2025: ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)-এ নিৰ্দেশনা প্ৰকাশ কৰিছে, য’ত 541 টা Probationary Officer পদত নিযুক্তিৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। অসমৰ পৰা আবেদন কৰিব পৰা যাব আৰু পৰীক্ষা কেন্দ্ৰো উপলব্ধ আছে গুৱাহাটী, যোৰহাট, শিলচৰ আদিত।

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব।

SBI ৰ PO পদত নিয়োগ 2025 – পদৰ সংক্ষিপ্ত বিবৰণ

  • পদৰ নাম: Probationary Officer (PO)
  • সংস্থা: State Bank of India (SBI)
  • পদসংখ্যা: 541 টা (UR: 203, OBC: 135, SC: 80, ST: 73, EWS: 50)
  • চাকৰিৰ স্থান: ভাৰতজুৰি (Transferable posting)
  • আবেদনৰ প্ৰক্ৰিয়া: Online only

SBI ৰ PO পদত নিয়োগ 2025 – আবশ্যক যোগ্যতা

শিক্ষাগত অৰ্হতা

  • যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা Graduate হ’ব লাগিব
  • Final year students-ও আবেদন কৰিব পাৰে, কিন্তু Interview-ৰ সময়ত Graduation complete হোৱাৰ প্ৰমাণ দেখুৱাব লাগিব (before 30.09.2025).
  • Medical, Engineering, CA, Cost Accountant আদি সকলেও Apply কৰিব পাৰে।

বয়সৰ সীমা (01.04.2025 অনুসৰি)

  • সর্বনিম্ন: 21 বছৰৰ পৰা
  • সৰ্বাধিক: 30 বছৰ
  • Reserved Categoryৰ বাবে ছাৰ:
    • SC/ST: 5 বছৰ
    • OBC (Non-Creamy Layer): 3 বছৰ
    • PwBD: 10–15 বছৰ

আবেদন ফী

  • UR/OBC/EWS: ₹750
  • SC/ST/PwBD: ফ্ৰী (No fee)
    (Fee once paid will not be refunded)

পৰীক্ষাৰ কেন্দ্ৰসমূহ (Assam)

  • Preliminary Exam: Guwahati, Jorhat, Silchar, Dibrugarh, Tezpur
  • Main Exam: Guwahati

বেতনৰ বিন্যাস

  • Basic Pay: ₹48,480 (plus 4 advance increments)
  • Scale: 48480–2000/7–62480–2340/2–67160–2680/7–85920
  • CTC (Mumbai basis): ₹20.43 লাখ (approx.)

আৰু লগতে DA, HRA, PF, NPS, Medical Facility, Lease Rental সুবিধা উপলব্ধ।

পৰীক্ষাৰ ধৰণ (Selection Procedure)

Phase-I: Preliminary Examination (প্ৰাৰম্ভিক পৰীক্ষা)

এই পৰীক্ষাটো 100 নম্বৰৰ হ’ব আৰু সম্পূৰ্ণৰূপে Objective Type (MCQ) আৰু Online হ’ব। তিনিটা বিভাগ থাকিব, প্ৰতিটোৰ বাবে পৃথক সময়সীমা নিৰ্ধাৰিত।

ক্ৰ.পৰীক্ষাৰ বিষয়প্ৰশ্নৰ সংখ্যানম্বৰসময়সীমা
1.ইংৰাজী ভাষা (English Language)404020 মিনিট
2.গাণিতিক দক্ষতা (Quantitative Aptitude)303020 মিনিট
3.যুক্তি ক্ষমতা (Reasoning Ability)303020 মিনিট
মুঠ1001001 ঘণ্টা

Phase-II: Main Examination (মুখ্য পৰীক্ষা)

Main Examination-ত Objective Test (200 নম্বৰ) আৰু Descriptive Test (50 নম্বৰ) থাকিব। Objective Testৰ পিছতে Descriptive Test দিয়া হ’ব।

(i) Objective Test (মুঠ: 200 নম্বৰ | সময়: 3 ঘণ্টা)

ক্ৰ.বিষয়প্ৰশ্নৰ সংখ্যানম্বৰসময়
Iযুক্তি আৰু কম্পিউটাৰ দক্ষতা (Reasoning & Computer Aptitude)406050 মিনিট
IIতথ্য বিশ্লেষণ আৰু ব্যাখ্যা (Data Analysis & Interpretation)306045 মিনিট
IIIসাধাৰণ জ্ঞান/ অৰ্থনীতি/ বেংকিং জ্ঞান (GA/Economy/Banking)606045 মিনিট
IVইংৰাজী ভাষা (English Language)402040 মিনিট
মুঠ1702003 ঘণ্টা

(ii) Descriptive Paper (50 নম্বৰ | সময়: 30 মিনিট)

  • এই অংশত Communication Skills পৰীক্ষা কৰা হ’ব — Email, Report, Situation Analysis, অথবা Precis Writing।
  • প্ৰাৰ্থীয়ে Email আৰু Report লিখিব লাগিব, আৰু Situation Analysis/Precis Writing-ৰ যিকোনো এটা বাছনি কৰিব লাগিব।

Phase-III: Final Stage (শেষ পৰ্যায়)

এই পৰ্যায়ত প্ৰাৰ্থীৰ Personality আৰু Communication Skill পৰীক্ষা কৰা হ’ব।

(a) Psychometric Test:

  • এই Test-টো Personality Profile যাচাইৰ বাবে কৰা হ’ব। ইয়াৰ ফলাফল Interview Panel-লৈ প্ৰেৰণ কৰা হ’ব যাতে প্ৰাৰ্থীৰ ব্যক্তিত্বক ভালদৰে বুজা যায়।

(b) Group Exercise – 20 Marks

(c) Personal Interview – 30 Marks

আবেদন প্ৰক্ৰিয়া (How to Apply for SBI PO Recruitment?)

  • প্ৰথমে, SBI Careers Portal খুলিব।
  • RECRUITMENT OF PROBATIONARY OFFICERS IN SBI – 2025’ বিজ্ঞাপন চাব।
  • Apply Online’ ত ক্লিক কৰক।
  • আপোনাৰ নাম, ছবি, thumb impression, signature, hand-written declaration upload কৰক।
  • আবেদন ফী জমা দিয়ক (Debit/Credit Card/UPI)।

গুৰুত্বপূৰ্ণ তাৰিখবোৰ

  • আবেদন আৰম্ভ: ২৪ জুন ২০২৫
  • আবেদনৰ শেষ তাৰিখ: ১৪ জুলাই ২০২৫
  • Prelims Admit Card Download: July শেষৰ ফালে
  • Preliminary Exam: July/August ২০২৫
  • Main Exam: September ২০২৫
  • Phase-III (Interview & Group Exercise): October/November ২০২৫
  • Final Result: November/December ২০২৫

গুৰুত্বপূৰ্ণ লিংকসমূহ

Download Section (SBI PO প্ৰশ্নৰ PDF ডাউনলোড কৰক)

  • Download Top 50 SBI PO Number Series Questions PDF: Click Here
  • Download Top 50 SBI PO Simplification Questions PDF: Click Here
Share with your Friends & Family